শীঘ্ৰেই অসমত UCC! বন্ধ হ’ব বহুবিবাহ, তিন তালাক

Screenshot

অসমত সৰ্বভাৰতীয় সম নাগৰিক আইন (UCC) প্ৰযোজ্য হ’বলৈ গৈ আছে। এই আইন ৰূপায়ণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ৮ জনীয়া বিশেষ কমিটি গঠন কৰা হৈছে।

UCC বলৱৎ হোৱাৰ লগে লগে ৰাজ্যত এক বৃহৎ সামাজিক পৰিৱৰ্তন আহিব বুলি আশা কৰা হৈছে। এই আইনৰ অধীনত হালাল, তালাক-ইদ্দত আৰু বহুবিবাহৰ দৰে প্ৰথা বন্ধ হ’ব।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদনৰ পাছতেই অসমত UCC আইনত পৰিণত হৈছে। অসমত UCC প্ৰণয়ন কৰাটো মুখ্যমন্ত্ৰীৰ অন্যতম ডাঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল।

নতুন আইন অনুসৰি লিভ-ইন ৰিলেচনশ্বিপ, তিন তালাক, নিকাহৰ দৰে ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আহিব। এতিয়াৰে পৰা কোৰ্ট মেৰেজ বাধ্যতামূলক হ’ব আৰু দ্বিতীয় বিবাহত সম্পূৰ্ণ নিষেধাজ্ঞা থাকিব।

UCC ৰ খচৰা প্ৰস্তুত কৰিবলৈ ন্যায়াধীশ দেৱপ্ৰসাদ মিশ্ৰৰ অধ্যক্ষতাত এই বিশেষ কমিটি গঠন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *