টকা আহিব, চাকৰি হ’ব! ৬ নৱেম্বৰৰ ভাগ্যশালী ৪ ৰাশি

Screenshot

মেষ – আজিৰ ৰজা:

আজি দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ দিন। যি কামত হাত দিব তাতেই সফলতা পাব। টকা-পইচাৰ দিশত ডাঙৰ লাভ হোৱাৰ প্ৰবল যোগ আছে, পুৰণি পাবলগীয়া টকাও আজি ঘূৰাই পাব পাৰে। চাকৰি-ব্যৱসায়ত বছে আপোনাৰ কামৰ বহুত প্ৰশংসা কৰিব। পৰিয়ালত সুখ-শান্তি থাকিব, ঘৰত এটা ডাঙৰ ভাল খবৰ আহিব। প্ৰিয়জনৰ পৰা মৰম আৰু সহায় পাব।

২. সিংহ – পদোন্নতিৰ দিন:
আজি আপোনাৰ মান-সন্মান বহুত বাঢ়িব। বহুদিনৰ পৰা ৰৈ থকা কামটো আজি সম্পূৰ্ণ হ’ব। চাকৰিত পদোন্নতিৰ প্ৰবল যোগ আছে। ব্যৱসায়ত ডাঙৰ লাভ হ’ব। ভাগ্য সম্পূৰ্ণ আপোনাৰ লগত আছে। ডাঙৰ সিদ্ধান্ত ল’বলৈ আজিয়েই সৰ্বোত্তম দিন। প্ৰেমতো ভাল খবৰ পাব।

ধনু – ভাগ্যৰ দুৱাৰ খুলিব:
আজি আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিব। চাকৰিৰ ইণ্টাৰভিউ, পৰীক্ষা, যি আছে সকলোতে সফল হ’ব। পৰিয়ালৰ পৰা এটা ডাঙৰ ভাল খবৰ আহিব। নতুন সুযোগ আহিব, সেই সুযোগ হাতৰ পৰা এৰি নিদিব। টকাৰ দিশতো লাভ হ’ব। মনত যি আশা আছিল সেয়া পূৰণ হ’ব।

তুলা – ব্যৱসায়ত লাভ:
আজি ব্যৱসায়ত ভাল লাভ হ’ব। নতুন মানুহৰ লগত চিনাকি হৈ লাভ হ’ব। প্ৰিয়জনৰ লগত আনন্দত সময় কটাব। ঘৰলৈ নতুন অতিথি আহিব পাৰে। স্বাস্থ্য ভাল থাকিব। মনটো গোটেই দিনটো ভাল লাগি থাকিব।

শুভ ৰং:বগা
শুভ সংখ্যা:৬
শুভ সময়:পুৱা ১০ বজাৰ পৰা ১ বজালৈ

Leave a Reply

Your email address will not be published. Required fields are marked *