ডাক্তৰে দৰব দিও ভাল নোহোৱা 5 টা পুৰণি বেমাৰ, ঘৰুৱা উপায়েৰে নিৰাময়

বহু সময়ত বছৰ বছৰ ধৰি দৰব খাইয়ো কিছুমান ৰোগ ভাল নহয়। এনে 5 টা পুৰণি বেমাৰ আছে যাৰ স্থায়ী সমাধান আপোনাৰ পাকঘৰতে আছে।

1. পুৰণি গেছট্ৰিক আৰু এচিডিটি:
পুৱা খালী পেটত এগিলাচ কুহুমীয়া পানীত এচামুচ জিৰা গুড়ি আৰু অলপ আদা মিহলাই খাওক। 7 দিনতে ফল পাব।

2. হাই ব্লাড প্ৰেচাৰ:
ৰাতি 5 টা মান বাদাম আৰু 2 টা বিলাহী তিয়াই থওক। পুৱা সেই পানী আৰু বাদাম খাওক। নিমখ আৰু তেল কমকৈ খাওক।

3. ডায়েবেটিছ (পুৰণি চুগাৰ):
তিতা কেৰেলাৰ ৰস আৰু মেথি গুড়ি। পুৱা খালী পেটত মেথি তিয়োৱা পানী খালে চুগাৰ নিয়ন্ত্ৰণত থাকে।

4. গাঁঠিৰ বিষ আৰু বাত বিষ:
হালধি আৰু গৰম গাখীৰ। ৰাতি শোৱাৰ আগত হালধি মিহলি গাখীৰ খালে পুৰণি বিষৰ পৰা আৰাম পোৱা যায়। লগতে ৰ’দত 20 মিনিট বহক।

5. পুৰণি হাঁপানি বা কাহ:
তুলসী পাত, মধু আৰু আদাৰ ৰস মিহলাই দিনে 2 বাৰ খাওক। ধূলি আৰু ঠাণ্ডাৰ পৰা আঁতৰি থাকক।

মনত ৰাখিব:ঘৰুৱা উপায়ে সহায়হে কৰে। যিকোনো পুৰণি ৰোগৰ বাবে নিয়মীয়াকৈ ডাক্তৰৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *