আজি 16 নৱেম্বৰ, সোমবাৰ। আজি 12টা ৰাশিৰ ভিতৰত 3টা ৰাশিৰ ভাগ্য একেবাৰে তুংগত থাকিব।
1. সিংহ – আজিৰ নম্বৰ 1 ৰাশি
আজি আপোনাৰ দিন। যি কামত হাত দিব, তাতেই সফল হ’ব।
চাকৰিত পদোন্নতিৰ খবৰ আহিব পাৰে। ব্যৱসায়ত ডাঙৰ লাভ হ’ব। পুৰণি ধাৰৰ টকা ঘূৰাই পাব। পৰিয়ালত আপোনাৰ মান-সন্মান বাঢ়িব। প্ৰেমতো সফলতা।
শুভ ৰং – সোণালী, শুভ সংখ্যা – 1, শুভ সময় – পুৱা 10 বজাৰ পৰা 12 বজালৈ
2. কুম্ভ – সপোন পূৰণৰ দিন
বহুদিনৰ পৰা ভবা কাম এটা আজি হৈ যাব। নতুন চাকৰিৰ অফাৰ আহিব পাৰে। টকাৰ দিশতো দিনটো বহুত ভাল। বিদেশ যাত্ৰাৰ যোগ আছে। বন্ধুৰ পৰা ডাঙৰ সহায় পাব।
শুভ ৰং – আকাশী নীলা, শুভ সংখ্যা – 11
3. তুলা – প্ৰেম আৰু টকা দুয়োটাতে লাভ
প্ৰেমৰ বাবে আজি বেষ্ট দিন। মনৰ মানুহে YES ক’ব পাৰে। বিবাহিতসকলৰ বাবে দিনটো ৰোমান্টিক হ’ব। ব্যৱসায়তো লাভ হ’ব। নতুন কাম আৰম্ভ কৰিবলৈ আজিয়েই শুভ দিন।
শুভ ৰং – গুলপীয়া, শুভ সংখ্যা – 7
এই 3টা ৰাশিৰ মানুহে আজি কি কৰিব লাগে?
সাহসেৰে আগবাঢ়ক। আজি পিছুৱাই নাথাকিব। ডাঙৰ সিদ্ধান্ত ল’বলৈ আজিয়েই ভাল দিন।
