ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষাক লৈ ডাঙৰ খবৰ!

Screenshot

 

আজি আগবেলাই নহয় ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা! বিয়লিলৈহে হ’ব

আজি আগবেলাই মৰণোত্তৰ পৰীক্ষা নহয় ঘনকান্ত গগৈৰ। আগবেলাৰ সলনি বিয়লিলৈহে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।

কাৰণ, ঘনকান্তৰ মৃত্যু আৰক্ষীৰ জিম্মাত হোৱা মৃত্যু (Custodial Death) হিচাপে চিহ্নিত হৈছে।

মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশনা অনুসৰি, এনে মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাত AMCH ৰ লগতে আন তিনিখন চিকিৎসালয়ৰ ফৰেনচিক বিশেষজ্ঞৰ দলৰ উপস্থিতি বাধ্যতামূলক।

সেই দলকেইটা আহি পোৱাৰ পিছতহে পৰীক্ষা আৰম্ভ হ’ব। সেয়েহে পৰীক্ষা বিয়লিলৈ পিছুৱাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *