পূজা মানে নতুন কাপোৰ, ফটো, আৰু ষ্টাইল। ২০২৬ ৰ দুৰ্গা পূজাত কি পিন্ধিলে আপোনাক আটাইতকৈ ধুনীয়া দেখাব, জানি লওক।
ছোৱালীৰ বাবে ৫ দিনৰ ৫ টা Look:
১. ষষ্ঠী – Simple & Cute:
বগা চিকনকাৰী কুৰ্তা, লগত জিন্স আৰু অক্সিডাইজড কাণফুলি। পেণ্ডেলৰ প্ৰথম দিনৰ বাবে আৰামদায়ক আৰু ষ্টাইলিছ।
২. সপ্তমী – Traditional Assamese:
হালধীয়া ৰঙৰ মেখেলা চাদৰ। হালধীয়া ৰং সপ্তমীৰ শুভ ৰং বুলি কোৱা হয়। লগত খোঁপাত ফুল।
৩. মহা অষ্টমী – The Main Look:
ৰঙা-বগা বঙালী শাৰী। অঞ্জলিৰ বাবে এয়াই Best. লগত ডাঙৰ ৰঙা টিপ আৰু চন্দন। Instagram ৰ বাবে এই লুকটোৱেই Viral হয়।
৪. নৱমী – Glam Night:
গ্লিটাৰ লেহেংগা বা শ্বাৰাৰা। নৱমীৰ নিশা ধুনুচি নাচ আৰু বন্ধুৰ সৈতে ফটোৰ বাবে perfect।
৫. দশমী – Sindoor Khela Special:
ৰঙা পাটৰ শাৰী বা ৰঙা পাৰিৰ বগা শাৰী। সেন্দুৰ খেলাৰ বাবে এই লুকটো লাগিবই।
ল’ৰাৰ বাবে ৪ টা Trending Idea:
১. বঙালী বাবু look: অষ্টমীৰ দিনা বগা পাঞ্জাৱী + ৰঙা ধুতি। অঞ্জলিৰ বাবে একেবাৰে perfect.
২. কুৰ্তা look: ক’লা বা বটল গ্ৰীণ পাঞ্জাৱীৰ লগত জেকেট। নৱমীৰ নিশাৰ বাবে Royal look.
৩. Indo-Western: চুটি পাঞ্জাৱী + জিন্স + Sneaker – ষষ্ঠী/সপ্তমীৰ Casual ঘূৰা-ফুৰাৰ বাবে।
৪. দশমী look: লাইট কালাৰ পাঞ্জাৱী। বিসৰ্জনৰ দিনা simple থাকক।
