নিজকে সভাপতি হিচাপে প্ৰক্ষেপ কৰি অজয় ফুকনে ‘জুবিন মহোৎসৱ’ আয়োজক সমিতিৰ তালিকা প্ৰকাশ কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। অৱশেষত সেই বিতৰ্কৰ পাছত […]
“No,Don’t do this এইটো নকৰিব, আঁতৰি দিয়ক!”অমৃতপ্ৰভাৰ অধিবক্তাই কাক দিলে এই সকীয়নি?
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি হাফলং উপ-কাৰাগাৰৰ পৰা মুকলি হৈছে। কাৰাগাৰৰ […]
পূজা কমিটি সাৱধান! এটা ভুল কৰিলেই পোনে পোনে জে’ল
পূজা কমিটি সাৱধান! উলংঘা কৰিলেই জে’ল, প্ৰশাসনে বান্ধি দিলে কঠোৰ নিয়ম শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষণত প্ৰশাসনে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা। প্ৰতিখন পূজা কমিটীয়ে মানি […]
সুখবৰ! আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য
প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণীপ্ৰেমীসকলৰ বাবে এক অত্যন্ত আনন্দৰ খবৰ। ২০২৬-২৭ বৰ্ষৰ পৰ্যটন বৰ্ষৰ বাবে মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল মৰিগাঁও জিলাৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য। মঙলবাৰে […]
পুনৰ বিপদত অমৃতপ্ৰভা! চৰ্ত ভংগ কৰিলেই বাতিল হ’ব জামিন, আদালতৰ কঠোৰ সকীয়নি
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰিছে। ৯ অক্টোবৰত ফাষ্টট্ৰেক আদালতৰ ন্যায়াধীশ প্ৰাঞ্জল দাসে তেওঁৰ জামিন মঞ্জুৰ কৰে। আদালতে তদন্তৰ […]
জুবিন মহোৎসৱক লৈ কি ক’লে গৰিমা গাৰ্গে? মানস ৰবীন আৰু আছু সভাপতিৰ স্পষ্টীকৰণ
গুৱাহাটীত ১৮ নৱেম্বৰত হ’বলগীয়া জুবিন মহোৎসৱক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। ‘জুবিন গাৰ্গ দ্য হাৰ্টথ্ৰৱ’ গোটে আয়োজন কৰা তিনিদিনীয়া এই অনুষ্ঠানৰ ভাইৰেল পোষ্টাৰত বহু বিশিষ্ট ব্যক্তিৰ […]
জুবিন হত্যা গোচৰ: মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
জুবিন ক্ষেত্ৰত ৰাইজে ন্যায়ৰ দাবীত প্ৰতিবাদ কৰি থকাৰ মাজতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত জামিনত মুকলি হৈছে। পুৱা ৬-৩০ বজাত হাফলং কাৰাগাৰৰ […]
জুবিন গাৰ্গ হত্যাকাণ্ডৰ মূল অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ! মানিব লাগিব এই কঠোৰ চৰ্ত
আদালতৰ পৰ্যবেক্ষণত কোৱা হয় যে, তদন্তত এতিয়ালৈকে দাখিল হোৱা তথ্য-প্ৰমাণ আৰু সাক্ষ্যত অমৃতপ্ৰভাৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰৰ কোনো প্ৰাথমিক প্ৰমাণ পোৱা নাই। জুবিন গাৰ্গক সুৰাপান কৰোৱাৰ […]
জুবিনক্ষেত্ৰৰ প্ৰতিবাদত মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া! উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত চৰকাৰে মাত মাতিব নোৱাৰে: হিমন্ত বিশ্ব শৰ্মা
অমৃতপ্ৰভা মহন্তৰ জামিনৰ খবৰে ৰাজ্যত জোকাৰণিৰ সৃষ্টি কৰাৰ পিছতে, জুবিন অনুৰাগীৰ ক্ষোভক লৈ প্ৰথমবাৰলৈ মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সোণাপুৰৰ জুবিনক্ষেত্ৰত জুবিন ফেন […]
ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত: পলাশবাৰীত স্থাপন হ’ব লাভলীনা বৰগোহাঁই বক্সিং একাডেমী
শুকুৰবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। বৈঠকত ৰাজ্যৰ উন্নয়নৰ সৈতে জড়িত কেইবাটাও ডাঙৰ সিদ্ধান্তত অনুমোদন জনোৱা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° […]
