নখত Nail Polish লগায় নেকি? লগোৱাৰ আগতে এইটো নাজানিলে নখ শেষ হৈ যাব!

Screenshot

 

ধুনীয়া নখৰ আঁৰত লুকাই আছে ভয়ংকৰ সত্য!

নখ ধুনীয়া কৰিবলৈ প্ৰায় সকলো ছোৱালীয়েই Nail Polish লগায়। হাতখন ধুনীয়া লাগে, ফটোত ভাল লাগে। কিন্তু আপুনি জানেনে? এই ধুনীয়া Nail Polish টোৱেই আপোনাৰ নখ লাহে লাহে শেষ কৰি আছে।

১. নখ হালধীয়া হৈছে নেকি?

একেলেথাৰিয়ে Nail Polish লগাই থাকিলে নখত বতাহ নোসোমায়। যাৰ বাবে নখ হালধীয়া হৈ যায়, পাতল হৈ যায়, ভাঙি যায়। বহু ছোৱালীৰ নখ আৰু বাঢ়িবই নোৱাৰা হয়।

২. Nail Polish ত কি থাকে?

বেছিভাগ সস্তীয়া Nail Polish ত Formaldehyde, Toluene ৰ দৰে বেয়া কেমিকেল থাকে। এইবোৰে নখৰ লগতে ছাল আৰু উশাহতো ক্ষতি কৰে।

*৩. আটাইতকৈ ডাঙৰ ভুলটো কি?*

Nail Polish লগোৱাৰ আগতে Base Coat নলগোৱা, আৰু এটাৰ ওপৰত আন এটা লগাই থকা। নখক জিৰণি নিদিলে নখে উশাহ ল’ব নোৱাৰে।

৪. তেন্তে কি কৰিব?

– সদায় ভাল কোম্পানীৰ Nail Polish লগাব
– লগোৱাৰ আগতে Base Coat লগাব
– ৭ দিনৰ পিছত আঁতৰাই ২-৩ দিন নখক জিৰণি দিব
– নখত নাৰিকল তেল বা অলিভ অইল লগাব

Leave a Reply

Your email address will not be published. Required fields are marked *