আজিৰ ভাগ্যৱান ৰাশি – ২৯ অক্টোবৰ, ২০২৬
আজিৰ দিনটোত ১২ টা ৰাশিৰ ভিতৰত ৪ টা ৰাশিৰ বাবে দিনটো অতি শুভ।
১. সিংহ ৰাশি – আজিৰ ৰজা
আজি আপোনাৰ বাবে সোণালী দিন। যি কামতে হাত দিব তাতে সফলতা পাব। চাকৰি কৰা সকলে পদোন্নতিৰ খবৰ পাব পাৰে। ব্যৱসায়ত ডাঙৰ লাভৰ যোগ আছে। পুৰণি ধন ঘূৰাই পাব পাৰে। পৰিয়ালত সুখ-শান্তি থাকিব।
২. মেষ ৰাশি
আজি নতুন সুযোগৰ দুৱাৰ খুলিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে ভাল খবৰ পাব। টকা-পইচাৰ ক্ষেত্ৰত দিনটো অতি ভাল। হঠাৎ ধন লাভ হব পাৰে। প্ৰেমৰ সম্পৰ্ক মধুৰ হব।
৩. তুলা ৰাশি
ব্যৱসায়ী সকলৰ বাবে আজি লক্ষ্মী লাভৰ দিন। দাম্পত্য জীৱনত সুখ আহিব। পত্নীৰ পৰা ভাল সমৰ্থন পাব। নতুন ঘৰ বা গাড়ী কিনাৰ পৰিকল্পনা সফল হব পাৰে।
৪. মকৰ ৰাশি
আপোনাৰ আত্মবিশ্বাস আজি তুংগত থাকিব।সমাজত সন্মান বাঢ়িব। ডাঙৰ মানুহৰ লগত চিনাকি হব, যিয়ে ভৱিষ্যতে সহায় কৰিব। ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত ভাল ফল পাব।
আজি এই ৪ ৰাশিৰ লোকে ভগৱানৰ নাম লৈ নতুন কাম আৰম্ভ কৰিলে সফল হবই।
