২ নৱেম্বৰ, সোমবাৰে গ্ৰহ-নক্ষত্ৰৰ এক বিৰল সংযোগ ঘটিবলৈ গৈ আছে! জ্যোতিষ শাস্ত্ৰ অনুসৰি কালিৰ দিনটো ৫টা ৰাশিৰ বাবে সোণালী দিন হিচাপে পৰিগণিত হৈছে।
চাওক আহক কোন ৫টা ৰাশিৰ ভাগ্য জিলিকিব:
1. তুলা – আজিৰ Superstar:আজি আপোনাৰ দিন! বহুদিনৰ পৰা মনত পুহি ৰখা প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি উত্তম দিন। সন্মুখৰ পৰা Yes আহিবই। লগতে ব্যৱসায়ত ডাঙৰ লাভ আৰু চাকৰিত পদোন্নতিৰ প্ৰবল যোগ।
2. মিথুন – ভাগ্যৰ ৰজা:নিবনুৱা সকলৰ বাবে ভাল খবৰ। আজি ইন্টাৰভিউ দিলে সফলতা নিশ্চিত। বিদেশ যাত্ৰাৰ সপোন দেখা সকলৰ সপোন পূৰণ হ’ব। ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত Top কৰিব।
3. সিংহ – চমক থাকিব:আজি আপুনি য’ত যাব ত’তে আপোনাৰ জয়জয়কাৰ হ’ব। অফিচৰ বছে আপোনাক বিশেষ দায়িত্ব দিব। দৰমহা বৃদ্ধিৰ লগতে সন্মানো বাঢ়িব। স্বাস্থ্য একেবাৰে ফিট থাকিব।
4. মকৰ – টকাৰ বৰষুণ:আজি আপোনাৰ হাতলৈ টকা আহি থাকিব। হেৰাই যোৱা বা ধাৰত দিয়া টকা ঘূৰি আহিব। মাটি-বাৰী, সোণ বা নতুন গাড়ী কিনাৰ বাবে আজি আটাইতকৈ শুভ দিন।
5. কন্যা – সোণ ফলা দিন:আপুনি যি কামত হাত দিব তাতে সোণ ফলিব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে উত্তম সময়। অবিবাহিত সকলৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱ আহিব।
