ৰাতিপুৱা খালী পেটত ১ টাকৈ আমলখি খাওক, ৭ দিনতে শৰীৰত ঘটিব এই অলৌকিক পৰিৱৰ্তন!

 

আমলখি! দেখিবলৈ সৰু হ’লেও ইয়াৰ গুণাগুণ শুনিলে আচৰিত হ’ব। আয়ুৰ্বেদত আমলখিক অমৃত ফল বুলি কোৱা হয়। কমলাৰ তুলনাত ২০ গুণ বেছি ভিটামিন C থাকে আমলখিত।

প্ৰতিদিনে আমলখি খালে কি কি উপকাৰ হয় জানেনে?

১. চুলি সৰা ১০০% বন্ধ আৰু চুলি ক’লা হয়:
যিসকলৰ অকালতে চুলি সৰিছে, চুলি পকিছে, তেওঁলোকৰ বাবে আমলখি মহাঔষধ। আমলখিয়ে চুলিৰ গুৰি শক্তিশালী কৰে আৰু নতুন চুলি গজাত সহায় কৰে।

২. ৰোগ প্ৰতিৰোধ ক্ষমতা ১০ গুণ বাঢ়ে:
এতিয়া Guwahati ত ভাইৰাছ জ্বৰ বাঢ়িছে। প্ৰতিদিনে আমলখি খালে কোনো ভাইৰাছে আপোনাক সহজে আক্ৰমণ কৰিব নোৱাৰে।

৩. চকুৰ পাৱাৰ বঢ়ায়, চচমাৰ পৰা মুক্তি:
দিনটো ম’বাইল চাই চাই চকু বেয়া হৈছে নেকি? আমলখিত থকা ভিটামিন A আৰু এণ্টিঅক্সিডেণ্টে চকুৰ দৃষ্টি শক্তি বঢ়ায়।

৪. ডায়েবেটিছ আৰু ক’লেষ্টৰল কন্ট্ৰল:
আমলখিয়ে তেজত থকা চেনিৰ পৰিমাণ কমায়। লগতে হাৰ্ট ব্লক হোৱাৰ পৰা ৰক্ষা কৰে।

৫. ছাল উজ্জ্বল আৰু বয়স কম দেখা যায়:
আমলখিয়ে তেজ পৰিষ্কাৰ কৰে। যাৰ ফলত মুখত ব্রণ, দাগ নোহোৱা হয় আৰু ছালখন গ্ল’ কৰে।

কেনেকৈ খাব?
– ৰাতিপুৱা খালী পেটত ১ টা কেঁচা আমলখি নিমখৰ সৈতে খাব পাৰে।
– আমলখিৰ ৰসত মৌ মিহলাই খাব পাৰে।
– আমলখি শুকুৱাই গুৰি কৰি গৰম পানীৰ সৈতে খাব পাৰে।

সাৱধানতা: যিসকলৰ এচিডিটি বেছি, তেওঁলোকে খালী পেটত বেছিকৈ নাখাব। দিনটোত ২ টাতকৈ বেছি আমলখি নাখাব।

এই তথ্যখিনি আপোনাৰ পৰিয়ালৰ বাবে উপকাৰী বুলি ভাবিলে এতিয়াই Share কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *