খালী পেটত কেতিয়াও নাখাব এই ৪ বিধ খাদ্য, নহ’লে হ’ব পাৰে কিডনী বিকল! জানক চিকিৎসকে কি কয়

 

পুৱা শুই উঠাৰ পিছত আপুনি প্ৰথমে কি খায়? বেছিভাগ মানুহে পুৱা উঠিয়েই চাহ-কফি বা চিপছ-বিস্কুট খায়। কিন্তু আপুনি জানেনে, খালী পেটত খোৱা সামান্য ভুল খাদ্যই আপোনাৰ কিডনী একেবাৰে বিকল কৰি দিব পাৰে? শেহতীয়াকৈ চিকিৎসকসকলে এই সন্দৰ্ভত এক গুৰুতৰ সকীয়নি দিছে।

আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হৈছে কিডনী। কিডনীয়ে তেজ পৰিষ্কাৰ কৰে। কিন্তু যেতিয়া আমি খালী পেটত ভুল খাদ্য খাওঁ, তেতিয়া কিডনীৰ ওপৰত পোনপটীয়াকৈ চাপ পৰে।

১. খালী পেটত চাহ আৰু কফি – আটাইতকৈ ডাঙৰ ভুল
অসমৰ প্ৰায় ৯০% মানুহে পুৱা খালী পেটত চাহ খায়। খালী পেটত চাহ বা কফি খালে পেটত এচিডৰ পৰিমাণ বহুত বাঢ়ি যায়। ইয়াৰ ফলত কেৱল গেছ, এচিডিটি নহয়, কিডনীত বিষক্ৰিয়া জমা হয়। দীৰ্ঘদিন ধৰি খালী পেটত কফি খাই থাকিলে কিডনীৰ ফিল্টাৰ নষ্ট হৈ কিডনী ফেইলৰ হোৱাৰ সম্ভাৱনা ২ গুণ বাঢ়ে।

২. ঠাণ্ডা পানীয় / Cold Drinks আৰু Soda
গৰম বুলি বহুতে পুৱাই ফ্ৰীজৰ পৰা ঠাণ্ডা পানীয় উলিয়াই খায়। এই পানীয়ত থকা অতিমাত্ৰা চেনি, কাৰ্বন আৰু কেমিকেলে খালী পেটত পোনে পোনে কিডনীত আঘাত কৰে। ইয়াৰ ফলত কিডনীত পাথৰ (Kidney Stone) হয় আৰু লাহে লাহে কিডনীয়ে কাম কৰা বন্ধ কৰি দিয়ে।

৩. অতিমাত্ৰা নিমখ থকা পেকেট খাদ্য, চিপছ, কুৰকুৰে
পুৱা লৰা-ছোৱালীয়ে খালী পেটতে চিপছ, কুৰকুৰে খায়। এইবোৰত ছডিয়ামৰ পৰিমাণ বহুত বেছি থাকে। খালী পেটত বেছি নিমখ শৰীৰত গ’লে ৰক্তচাপ একেবাৰে বাঢ়ি যায় আৰু কিডনীয়ে অতিৰিক্ত তেজ পৰিষ্কাৰ কৰিবলগীয়া হয়। ফলত কম বয়সতে কিডনী দুৰ্বল হৈ পৰে।

৪. খালী পেটত Painkiller বা গেছৰ দৰব
মূৰ বিষ, গাৰ বিষ হ’লেই বহুতে খালী পেটত দৰব খাই দিয়ে। চিকিৎসকৰ মতে, এইটো আটাইতকৈ বিপদজনক। খালী পেটত Painkiller খালে কিডনীৰ কোষবোৰ মৰিবলৈ আৰম্ভ কৰে। এবাৰ কিডনীৰ কোষ মৰিলে পুনৰ ঘূৰি নাহে।

তেন্তে পুৱা খালী পেটত কি খাব?

পুৱা উঠি ১ গিলাছ কুহুমীয়া পানী খাওক। তাৰ ৩০ মিনিট পিছত তিয়াই থোৱা ৪-৫ টা বাদাম, এটা কল বা এটা আপেল খাওক। ই কিডনী পৰিষ্কাৰ কৰি ৰাখে।

যদি আপোনাৰ পৰিয়ালত কোনোবাই পুৱা এই ৪ বিধ খাদ্য খায়, তেন্তে এতিয়াই তেওঁলোকক Share কৰি সাৱধান কৰক।

Disclaimer: এই প্ৰতিবেদন জনসচেতনতাৰ বাবে। যিকোনো স্বাস্থ্য সমস্যাত চিকিৎসকৰ পৰামৰ্শ লওক।

Leave a Reply

Your email address will not be published. Required fields are marked *