ৰাতি ১২ বজাৰ পিছত শুৱে নেকি? তেন্তে আজিয়েই সাৱধান! শৰীৰত বাহ ল’ব পাৰে এই মাৰাত্মক ৰোগে

 

আপুনি ৰাতি দেৰিলৈকে মবাইলত Facebook, Instagram, YouTube চাই থাকে নেকি? ৰাতি ১২ টা, ১ টা, ২ টা বজাত শুৱে নেকি? যদি হয়, তেন্তে এই খবৰটো কেৱল আপোনাৰ বাবে। কাৰণ শেহতীয়া গৱেষণাত প্ৰমাণ হৈছে, ৰাতি দেৰিকৈ শোৱা অভ্যাসে মানুহক লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।

চিকিৎসকসকলে কৈছে, আমাৰ শৰীৰৰ এটা Body Clock আছে। ৰাতি ১০ টাৰ পৰা ৰাতিপুৱা ৪ টালৈ শৰীৰে নিজকে মেৰামতি কৰে। কিন্তু আমি সাৰে থাকিলে এই প্ৰক্ৰিয়া বন্ধ হৈ যায় আৰু ৫ টা ভয়ংকৰ ৰোগে বাহ লয়।

১. কিডনী বিকল হোৱাৰ প্ৰধান কাৰণ:
ৰাতি ১১ টাৰ পৰা ৩ টালৈ কিডনী আৰু লিভাৰে তেজ পৰিষ্কাৰ কৰে। আপুনি দেৰিকৈ শুলে কিডনীয়ে জিৰণি নাপায়। বিষাক্ত পদাৰ্থ কিডনীতে জমা হয়। ফলত ৩০ বছৰ বয়সতে কিডনী বিকল হৈ যায়।

২. হাৰ্ট এটেক আৰু ষ্ট্ৰোক:
গৱেষণাত দেখা গৈছে, যি সকলে ৰাতি ১২ টাৰ পিছত শোৱে, তেওঁলোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা ৪৮% বেছি। কাৰণ টোপনি কম হ’লে ৰক্তচাপ বাঢ়ে আৰু তেজ ডাঠ হৈ যায়।

৩. ডায়েবেটিছ আৰু মেদবহুলতা:
ৰাতি সাৰে থাকিলে ভোক বেছি লাগে আৰু মানুহে বেছিকৈ খায়। লগতে ইনচুলিনৰ কাম বন্ধ হৈ যায়। যাৰ ফলত কম বয়সতে ডায়েবেটিছ আৰু ওজন বাঢ়ি যায়।

৪. মগজুৰ ক্ষমতা কমি যোৱা আৰু ডিপ্ৰেচন:
ৰাতি দেৰিকৈ শুলে মগজুৱে জিৰণি নাপায়। স্মৃতিশক্তি কমি যায়, পঢ়াত মন নবহে, খিংখিঙীয়া স্বভাৱ হয় আৰু ডিপ্ৰেচন আৰম্ভ হয়।

৫. চকুৰ জ্যোতি কমি যোৱা আৰু ছাল নষ্ট হোৱা:
আন্ধাৰত মবাইল চাই থাকিলে চকুৰ ৰেটিনা নষ্ট হয়। লগতে মুখত শালমন, ক’লা দাগ আৰু বয়সতকৈ বেছি বয়সীয়া দেখা যায়।

ইয়াৰ পৰা বাচিবলৈ কি কৰিব?
১. ৰাতি ১০:৩০ বজাৰ ভিতৰত বিচনাত যাওক।
২. শোৱাৰ ১ ঘণ্টা আগত মবাইল, টিভি বন্ধ কৰক।
৩. শোৱাৰ আগত কুহুমীয়া গাখীৰ খাওক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *