ৰহস্য ঘনীভূত! হোমষ্টে’ত মৃতদেহ উদ্ধাৰ হোৱা যুৱতীৰ ছ’চিয়েল মিডিয়াৰ পৰা গায়ব সকলো পোষ্ট প্ৰেমিক আছিক আৰক্ষীৰ জিম্মাত, কিন্তু যুৱতীগৰাকীৰ ইনষ্টাগ্ৰাম চলাই আছে কোনে?

হোমষ্টে’ত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ ইনষ্টাগ্ৰামক লৈ এতিয়া ডাঙৰ ৰহস্য!

মৃত্যুৰ পিছতে যুৱতীগৰাকীৰ ইনষ্টা একাউণ্টৰ পৰা হঠাৎ নাইকিয়া হ’ল সকলো। ফটো, ৰীলচ্‌ – এটাও নাই! একাউণ্ট খালি!

প্ৰশ্ন উঠিছে – কোনে ডিলিট কৰিলে সকলো পোষ্ট? যুৱতীৰ মোবাইলটো আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই জব্দ কৰিছিল, প্ৰেমিক আছিক আলীও আছে আৰক্ষীৰ জিম্মাত। তেন্তে কাৰ হাতত আছে একাউণ্টৰ পাছৱৰ্ড? কোনোৱে হেক কৰিলে নেকি ফোনটো?

আনফালে, নিশা স্বাস্থ্য পৰীক্ষাৰ অন্তত আজি অভিযুক্ত আছিক আলীক আদালতত হাজিৰ কৰোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *