ৰাতিপুৱা খালি পেটত পানীত তিয়াই থোৱা ৫ টা বাদাম খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি কোৱা হয়। আয়ুৰ্বেদৰ পৰা আধুনিক বিজ্ঞানলৈকে সকলোতে বাদামক […]
টাটা মন্তব্যক লৈ ৰাহুল গান্ধীক নিৰ্মলা সীতাৰমণৰ কটাক্ষ, কংগ্ৰেছ নেতাই অবিশ্বাস আৰু বিষবাষ্প বিয়পাইছে বুলি অভিযোগ
টাটা গোটক লৈ সৃষ্টি হোৱা বিতৰ্কই এতিয়া ৰাজনৈতিক ৰূপ লৈছে। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে টাটা গোটক “অপৰাধমূলকভাৱে ধ্বংস কৰা হৈছে” বুলি বিস্ফোৰক অভিযোগ উত্থাপন […]
ন্যায়ৰ দাবীত গৰজি উঠিল গৰিমা শইকীয়া গাৰ্গ- দোষীয়ে শাস্তি পাবই লাগিব, জুবিনে ন্যায় পাবই লাগিব
জুবিন গাৰ্গক ন্যায় দিয়ক! ৭ দফীয়া বিস্ফোৰক দাবীৰে ৰাজ্যপালৰ কাষত গৰিমা শইকীয়া গাৰ্গ কাৰাগাৰৰ পৰা ওলোৱা অভিযুক্তৰ বিৰুদ্ধে পুনৰ গোচৰ আৰু ভিতৰত থকা অভিযুক্তৰ জামিনত […]
সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰিব বিচাৰিছে নেকি মোদী চৰকাৰে? চৰকাৰক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষত দেশৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠান
সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰিব বিচাৰিছে নেকি মোদী চৰকাৰে ? কিয় মোদী চৰকাৰক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে দেশৰ অগ্ৰণী সংবাদ প্ৰতিস্থান ? ভাৰত […]
জোন গগৈৰ পৰা ঘাতক ঘনকান্ত কেনেকৈ হৈছিল ঘনকান্ত
ঘনকান্ত গগৈৰ অতীত বিতৰ্কেৰে ভৰা। প্ৰথমতে তেওঁ জোন গগৈ নামেৰে পৰিচিত আছিল। উজনি অসমত দালালি কৰি মাটি-বাৰী আৰু ধনৰ লেনদেনৰ নামত বহু লোকক প্ৰৱঞ্চনা কৰাৰ […]
কাকিনাডাৰ ফালে ধাৱমান চাইক্ল’ন ‘অৰ্ণৱ’ – সাগৰ উত্তাল, বন্দৰত বিপদৰ ঘণ্টা
বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপে এতিয়া ভয়ংকৰ ৰূপ লৈছে। IMD ৰ তথ্য অনুসৰি চাইক্ল’ন ‘অৰ্ণৱ’ (Arnab) অতি শক্তিশালী ঘূৰ্ণীবতাহলৈ পৰিণত হৈছে। শেহতীয়া স্থিতি যোৱা […]
বৰা চাৰ্ভিছৰ হত্যাকাণ্ডত চাঞ্চল্যকৰ মোৰ! হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে কি আছিল বিবাদৰ কাৰণ?
বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। অভিযুক্ত ঘনকান্ত গগৈয়ে চশমাত কেমেৰা লগাই শূন্য দূৰত্বৰ পৰা ৬ জনক গুলীচালনা কৰাৰ লগতে […]
নৱেম্বৰত ঘোষণা হ’ব HSLC পৰীক্ষাৰ সূচী, ফেব্ৰুৱাৰী বা মাৰ্চৰ প্ৰথমতে হ’ব পৰীক্ষা – মুখ্যমন্ত্ৰী
মাজিৰ গাঁৱত দুই ভাগিনৰ সৈতে কথা পাতোতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ২০২৭ বৰ্ষৰ HSLC পৰীক্ষাক লৈ ডাঙৰ খবৰ। অহা নৱেম্বৰ মাহত প্ৰকাশ […]
নগাঁৱত চলা উচ্ছেদ সন্দৰ্ভত বাংলাদেশৰ নেতা ড° সফিকুৰ ৰহমানৰ দাবী খণ্ডন কৰি সামাজিক মাধ্যমত বিশেষ পোষ্ট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদক লৈ বাংলাদেশৰ বিৰোধী দলপতি তথা জামায়াতে ইছলামীৰ মুৰব্বী ড° শ্বফিকুৰ ৰহমানৰ দাবীক তীব্ৰ ভাষাৰে খণ্ডন কৰিলে অসমৰ বনমন্ত্ৰী জয়ন্ত মল্ল […]
শীঘ্ৰেই অসমত UCC! বন্ধ হ’ব বহুবিবাহ, তিন তালাক
অসমত সৰ্বভাৰতীয় সম নাগৰিক আইন (UCC) প্ৰযোজ্য হ’বলৈ গৈ আছে। এই আইন ৰূপায়ণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ৮ জনীয়া বিশেষ কমিটি গঠন কৰা […]
